তিকজি (Deori) [ Roman: ti.ko.ji]
    Contributed by: Himasri Das on 2022-12-22
    1. Fruits(Common Noun-Neuter) Any of several shrubs or small throny trees of the genus Prunus, bearing smooth-skinned, fleshy, edible fruit with a single hard-shelled stone that encloses the seed. প্ৰুনাচ প্ৰজাতিৰ অন্তৰ্গত সৰু কাঁইটীয়া বা জোপোহা এবিধ গছ, যাৰ মঙহাল, খাব পৰা ফলৰ বাকলিখন মসৃণ আৰু বীজটো কঠিন চোকোৰাৰে ঢাক খাই থাকে।