দালাল (Assamese) [ Roman: da.lal]
    plc: -বোৰ, -সকল, dfc: -গৰাকী, -জন, -টো
    1. (Common Noun-Common) a person who takes commission to establish contacts between a seller and a buyer. ধনৰ বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যোগাযোগ কৰি দিয়া লোক।