☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
নাঙ্ ফা
(TAI-Ahom)
[
Roman:
nang fa]
Contributed by:
Anjali Sonowal
on 2008-09-12
1.
(Common Noun-Feminine)
The wife, widow or a consort of a reigning king. ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
English:
queen
Assamese:
আউ-কুঁৱৰী
আউ-কুঁৱৰীদেও
পটেশ্বৰী
পট্টমহিষী
পট্টাৰ্হা
পাটেশ্বৰী
মহাদৈ
মহিষী
মাদৈ
ৰাজপত্নী
ৰাজমহিষী
ৰাজৰাণী
ৰাণী
Dimasa:
rani
TAI-Ahom:
নাঙ্
নাঙ্ ফা