পলিথিন (Assamese) [ Roman: po.li.thin]
    alt: প’লিথিন, co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -খিনি, -টো
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-26
    1. (Material Noun-Neuter) a plastic polymer of ethylene used especially in packaging and insulation and that can be moulded when hot. এবিধ প্লাষ্টিকসদৃশ পদাৰ্থ, যাক ইথিলিনৰ বহুযোজনৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ ই তাপ পালে গলি যায় ৷