পানীকাউৰী (Assamese)

    পানী কাউৰী (Assamese) [ Roman: pa.ni kau.ri]
    plc: -বিলাক, -বোৰ, dfc: -জনী, -টো
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-04
    1. Bird(Common Noun-Common) A black color bird that lives on catching fish by dipping their long leg into water. এবিধ কলা বৰণীয়া দীঘল ডিঙি আৰু দীঘল ভৰি থকা চৰাই৷ ই পানীত মুৰ জুবুৰিয়াই মাছ ধৰি খায়৷