পৰীয়া (Assamese) [ Roman: po.ri.ya]
    Contributed by: Biraj Kumar Kakati on 2007-04-08
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Common Noun-Common) A person stationed to keep vigil. পহৰা দিয়াৰ কাৰণে নিযুক্ত লোক৷
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-04-08
    2. (Common Noun-Common) an agent employed by a state to obtain secret information from an enemy state or rebel groups শত্ৰু দেশ বা বিদ্ৰোহী শিবিৰৰ বিষয়ে গোপন তথ্য আহৰণ কৰাৰ কাৰণে ৰাষ্ট্ৰই নিযুক্তি দিয়া লোক