বল (Assamese) [ Roman: bol.]
plc: -বিলাক, -বোৰ, dfc: -টো
1. (Abstract Noun) physical power or strength possessed by sb/sth কোনো জীৱ বা বস্তুৰ শাৰীৰিক ক্ষমতা বা শক্তি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
2. (Abstract Noun) the quality of being strong সবল হোৱা গুণ
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
3. Game and Sports(Material Noun-Neuter) Round object that is hit or thrown or kicked in sports কোবাই, দলিয়াই বা গুৰিয়াই খেলা এক ঘূৰণীয়া বস্তু
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-28
4. Physics(Proper Adj.-Neuter) A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force. কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷
বল (Deori) [ Roman: bol]
Contributed by: Himasri Das on 2023-02-27
5. (Abstract Noun) The ability or capacity to perform or act effectively ফলপ্ৰসূ ভাৱে কাৰ্য্য সম্পাদন কৰাৰ দক্ষতা বা যোগ্যতা
Khasi:
Garo:
Meeteilon:
Hindi:
Bangla:
TAI-Turung:
Singpho:
Different POS:
a. Verb-Trans.: empowerসবলীকৰণ কৰ্ai bor...Contributed by: Himasri Das on 2023-02-27
6. (Abstract Noun) the quality of being strong সবল হোৱা গুণ