বান্দৰ (Assamese) [ Roman: ban.dor]
    fm: বান্দৰী, plc: -জাক, -সোপা, dfc: -খিনি, -টো
    1. Animal(Common Noun-Common) Any of various long-tailed, medium-sized members of the order Primates, including the macaques, baboons, guenons, capuchins, marmosets, and tamarins and excluding the anthropoid apes and the prosimians. প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।
    Contributed by: Partha P Sarmah on 2009-12-11
    2. (Common Noun-Masculine) (colloquial use) a mischievious, naughty child or a boy. (কথিত) উৎপটীয়া, খটাসুৰবিধৰ, আনক জোকাই মেলি ভাল পোৱা; কোনো গঠনমূলক কাম নকৰা/কোনো কামৰে অযোগ্য আৰু বান্দৰৰ দৰে উৎপতীয়া ল’ৰা।