মহা (Assamese) [ Roman: mo.ha]
    1. (Proper Adj.-Common) exceptionally outstanding; being in an extreme or notable degree অতিশয় ব্যতিক্ৰমী; এক অতি উচ্চ বা গুৰুত্বপূৰ্ণ মাত্ৰাৰ
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-03-17
    2. (Common Noun-Masculine) husband of younger sister of ones mother নিজৰ মাতৃৰ ভনীয়েকৰ স্বামী৷

    মহা (Bishnupriya Manipuri) [ Roman: maha]
    Contributed by: Anjali Sonowal on 2008-09-21
    3. Insect-Worm(Common Noun-Common) Insects of the Order Diptera, possessing a single pair of wings on the mesothorax and a pair of halteres, derived from the hind wings, on the metathorax. The common housefly is a true fly and is one of the most widely distributed of animals. মধ্যবক্ষত এযোৰ পাখি আৰু পিছৰ পাখিযোৰ ৰূপান্তৰিত হৈ এযোৰ শুং থকা, দিপ্টেৰা বৰ্গৰ পতঙ্গসমূহ ৷ সাধাৰণতে দেখা পোৱা ঘৰুৱা মাখিবোৰেই হ’ল প্ৰকৃত মাখি আৰু ইহঁত পৃথিৱীৰ আটাইতকৈ বহলভাৱে বিস্তৃত প্ৰাণীবোৰৰ অন্যতম ৷