মালা (Assamese) [ Roman: ma.la]
    co.adj: চুটি~, দীঘল~, plc: -বোৰ, -সমূহ, dfc: -ডাল
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-09-10
    1. (Material Noun-Neuter) a string of beads or flowers designed to be worn ফুল, মণি আদি সুতাৰে গাঠি তৈয়াৰ কৰা ডিঙিত পিন্ধা অলংকাৰ বিশেষ৷