ম’হ (Assamese) [ Roman: mo''h]
    plc: -বোৰ, dfc: -টো
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-14
    1. Animal(Common Noun-Common) an Asian buffalo that is often domesticated for use as a draft animal and having large spreading horns. এবিধ শিঙাল তৃণভোজী ঘৰচীয়া জন্তু, সাধাৰণতে মাল-গাড়ী টনা বা খেতিৰ কামত ব্যৱহাৰ কৰা হয় ৷