সদৰ্প (Assamese) [ Roman: xo.dor.po]
    Contributed by: Mousumi Konwar on 2023-04-18
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Proper Adj.-Common) Aggressively assertive or overbearingly confident. অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।