হাতী (Assamese) [ Roman: ha.ti Origin: সং. হস্তী (হেম১৩)]
    co.adj: ডাঙৰ~, plc: -জাক, -বিলাক, -বোৰ, dfc: -টো
    Contributed by: Hirumani Borgohain on 2006-03-17
    1. Animal(Common Noun-Common) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears. ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু

    Example Sentences:

    1. মই হতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰ উদ্যান ফুৰিলো।

    Related Idea:

    a. Proper Noun: Oirawotঐৰাৱৎ...

    Super Idea:

    b. Common Noun-Feminine: cowমাখুন্দীমাতঙ্গীमोसौtsorong...
    c. Common Noun-Masculine: bullমখনামাতঙ্গম’ৰা-হাতীमोसौ हालुवा...
    d. Common Noun: animalbeastইতৰ প্ৰাণীজন্তুজানোৱাৰ...