হিঁ (Deori) [ Roman: hin]
    Contributed by: Himasri Das on 2023-04-14
    1. (Verb-Trans.) To apply pressure and friction to a surface কোনো খহতা পিঠিত বলেৰে লাগ্ বা লগা
    Contributed by: Himasri Das on 2023-04-14
    2. (Verb-Trans.) to rub lightly with or on a cloth, towel, paper, the hand, etc., in order to clean or dry the surface. পৃষ্ঠভাগ পৰিষ্কাৰ কৰা বা শুকোৱাৰ উদ্দেশ্যে কাপোৰ, গামোছা, কাগজ, হাত আদিৰে পাতলীয়াকৈ মোহাৰি দে।
    Contributed by: Himasri Das on 2023-04-14
    3. (Verb-Trans.) to remove dirt or impurities ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা