হিতাধিকাৰী (Assamese) [ Roman: hi.ta.dhi.ka.ri]
    plc: -সকল, dfc: -গৰাকী, -জন
    Contributed by: আবু মহম্মদ ফৰহাদ হুছেইন on 2010-03-25
    1. (Common Noun) a natural person or other legal entity who receives money or other benefits from a benefactor. চৰকাৰ বা কোনো সাহায্যকৰ্তাৰ পৰা সহায় পাবলগীয়া কোনো মানুহ বা সংগঠন