হোটেল (Assamese) [ Roman: ho`.tel]
    co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খন
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-03-02
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Common Noun-Common) An establishment that provides lodging and usually meals and other services for travelers and other paying guests. মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।