akhi (Karbi) [ Roman: a khi a dat]
    Contributed by: Caroline Kropi on 2010-03-03
    1. Business-Commerce-Economics(Abstract Noun) all things that have a monetary or exchange value আৰ্থিক বা বিনিময় মূল্য থকা সকলো বস্তু

    akhi (Dimasa)
    Contributed by: Uttam Bathari on 2009-04-11
    2. (Common Noun) a kind of food prepared by frying paddy seeds in hot utensil without applying oil. তপত কেৰাহীত ধান ভাজি তৈয়াৰ কৰা এবিধ জলপান৷ অসমীয়া বিয়াত হোমৰ জুইত দিবলৈ কইনাৰ ভায়েকে দৰাৰ হাতত ইয়াক তুলি দিয়ে৷