☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
carpenter
(English)
[
IPA:
ˈkɑrpəntər
ASM:
কাৰপেণ্টাৰ]
1.
(Common Noun-Common &/or Masculine)
A woodworker who makes or repairs wooden objects. কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |
English:
carpenter
chippie
chippy
Assamese:
কাঠ মিস্ত্ৰী
গ্ৰামতক্ষ
তষ্টা
বাঢ়ৈ
সূতাৰ
সূত্ৰধৰ
Bodo:
काथ मिस्त्रि
मिस्थ्रि
Nagamese:
kath-mistri
mistri
Hindi:
खाती
बढ़ाई