crane (English) [ IPA: ˈkreɪn ASM: ক্ৰেইন]
1. Bird(Common Noun-Common) large, long-legged and long-necked birds of the order Gruiformes, and family Gruidae গ্ৰুইফৰ্মেছ্ বৰ্গ আৰু গ্ৰুইডি পৰিয়ালৰ অন্তৰ্গত ডাঙৰ, দীঘল ঠেং আৰু ডিঙি-যুক্ত এবিধ ডাঙৰ চৰাই
Contributed by: Anjali Sonowal on 2006-03-17
2. (Material Noun-Neuter) A tall machine with a long arm,used to lift and move building materials and other heavy objects.
গধূৰ বস্তু উঠোৱা-নমোৱা কৰিব পৰা এক যান্ত্ৰিক আহিলা।