gahadi (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-06-13
1. Biology(Material Noun-Neuter) Slimy substance secreted by mucous membrane in the body. শৰীৰৰ বিভিন্ন গহ্বৰ, যেনেঃ মুখ-গহ্বৰ আদিৰ পাতল আৱৰণৰ পৰা নিৰ্গত বিজলুৱা পদাৰ্থ।
Contributed by: Kulendra Daulagupu on 2009-06-13
2. (Material Noun-Neuter) Thick viscous fluid secreted by the mucous membranes of the respiratory passages, discharged by coughing. শ্বাসনলীত প্ৰস্তুত হোৱা, কাহিলে মুখেদি বাহিৰ হৈ যোৱা ঘন, লেকেতীয়া তৰল।