narrow (English) [ IPA: ˈneroʊ ASM: নেৰ’]
    Contributed by: ৰূপকমল on 2006-07-05
    1. (Proper Adj.) concerned chiefly or only with oneself যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
    2. (Proper Adj.-Common) Of small or limited width সৰু বা সীমিত প্ৰস্থৰ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-18
    3. (Verb-Intran.) to decrease in width or breadth প্ৰস্থ বা পুতল কম কৰ্