step (English) [ IPA: ˈstep ASM: ষ্টেপ]
1. (Abstract Noun) a movement made by lifting the foot and setting it down again in a new position, advancing the body forwards. মাটিৰ পৰা ভৰি উঠাই পুণৰ আন এক নতুন স্থানত থৈ, গাটো সেই দিশত আগুৱাই দি কৰা লৰচৰ৷
2. (Abstract Noun) a position or plane in a graded scale of values ক্ৰমবৰ্দ্ধিত মূল্যাংক সূচোৱা এক অৱস্থান বা তল