tala (English) [ IPA: ˈtɑlə ASM: তলা]
    Contributed by: Partha P Sarmah on 2010-12-13
    1. Music(Abstract Noun) a recurrent, uniform(i.e. fixed matras) and rhythmic pattern of beats in Indian music, both folk and classical. সংগীতত একমানবিশিষ্ট নিৰ্দিষ্ট মাত্ৰাৰ বোলৰ সুৰীয়া, লয়যুক্ত বাৰংবাৰ পুনৰাবৃত্তি৷ভাৰতীয় উপমহাদেশৰ লোক আৰু শাস্ত্ৰীয়- সকলো ধৰণৰ সংগীতেই কোনো নিৰ্দিষ্ট তালত আবদ্ধ৷ কাহাৰবা(৮ মাত্ৰা), দাদৰা(৬মাত্ৰা), খেমতা(৬ মাত্ৰা), তিনতাল(১৬মাত্ৰা), ৰূপক(৭ মাত্ৰা), ঝাপতাল(১০মাত্ৰা),একতাল(১২ মাত্ৰা) আদি ভাৰতীয় সংগীতত বহুল প্ৰচলিত তাল৷
    English:
    Assamese:

    tala (Nagamese)
    Contributed by: Mousumi Konwar on 2023-07-20
    2. (Material Noun-Neuter) a fastener attached to a door that can be opened by only a unique key দোৱাৰ আদি বন্ধ কৰি থবলৈ ব্যৱহৃত এবিধ আহিলা যাক কেৱল মাত্ৰ এটা চাবিৰেহে খুলিব পৰা যায়৷

    English:
    Khasi:
    Meeteilon:
    Nagamese:
    Dimasa:
    Santali:
    TAI-Phake:

    Related Idea:

    a. Material Noun-Neuter: padlocksবাদুলি-সঁচাৰ...
    b. Material Noun-Neuter: keyকাঠীচাবিচাবিকাঠিচোৰাণি...

    tala (Dimasa)
    Contributed by: Kulendra Daulagupu on 2009-08-13
    3. (Material Noun-Neuter) a fastener attached to a door that can be opened by only a unique key দোৱাৰ আদি বন্ধ কৰি থবলৈ ব্যৱহৃত এবিধ আহিলা যাক কেৱল মাত্ৰ এটা চাবিৰেহে খুলিব পৰা যায়৷

    English:
    Khasi:
    Meeteilon:
    Nagamese:
    Dimasa:
    Santali:
    TAI-Phake:

    Related Idea:

    a. Material Noun-Neuter: padlocksবাদুলি-সঁচাৰ...
    b. Material Noun-Neuter: keyকাঠীচাবিচাবিকাঠিচোৰাণি...