toilet (English) [ IPA: ˈtɔɪlət ASM: টইলেট]
    1. (Material Noun-Neuter) A room or compartment with receptacle for urine and faeces, usually with a means of disposal পেচাপ, পাইখানা কৰা বা গা ধোৱা কোঠা৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verbal Noun) the act or process of dressing or grooming oneself অঙ্গৰ শোভা সম্পাদন অৰ্থাৎ শোভা বৃদ্ধিৰ বাবে সুগন্ধি বস্তুৰে কৰা শৰীৰ লেপন