assailingAssam

Assaka (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
1. (Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam). ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
English: Assaka,
Assamese: অশ্মক