be.anibe.en

bee (English) [ IPA: ˈbiː ASM: বি]
1. (Common Noun-Common) a winged, hairy-bodied, usually stinging insects of the superfamily Apoidea in the order Hymenoptera, including both solitary and social species and characterized by sucking and chewing mouthparts for gathering nectar and pollen. হাইমেনপ্টেৰা বৰ্গ আৰু এপইদিয়া পৰিয়ালৰ অন্তৰ্গত গাইগুটীয়া বা সামাজিক, এবিধ পাখিযুক্ত, গাত নোম থকা আৰু সাধাৰণতে বিন্ধিব পৰা ক্ষমতা থকা পতঙ্গ৷ ফুলৰ মৌ চুহিবৰ কাৰণে ইহঁতৰ মুখত বিশেষ ধৰণৰ অংশ থাকে৷

be.e (Garo)
Contributed by: Mousumi Konwar on 2023-05-24
2. (Verbal Noun) the breaking of a bone, cartilage, or the like, or the resulting condition শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা

Bee (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-13
3. Animal(Common Noun) a two horned hervivorous domestic medium sized animal domesticated for milk and meat. গাখীৰ আৰু মাংসৰ কাৰণে পোহা দুটা শিং থকা মজলীয়া আকৃতিৰ এবিধ তৃণভোজী জন্তু

bee (Dimasa) [ Roman: bee]
Contributed by: Arnab Phonglosa on 2010-03-08
4. (Abstract Noun) A gesture of showing respect by bending forward at the waist. সন্মুখলৈ হালি মূৰ দোঁৱাই সন্মান জনোৱা ভঙ্গী
English: bow,
Assamese: নতি,
Meeteilon: khurumba,
Mizo (Lushai): bûk....,
Karbi: ingkup,
Dimasa: bee, khilimah