কৈ (Assamese) [ Roman: koi]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-08
    1. (Conjuction) used when making comparisons তুলনা কৰোঁতে ব্যৱহাৰ কৰা অব্যয়, যেনেঃ তাতকৈ ভাল, তাত-চাহি ভাল বা তাত-অপেক্ষা ভাল