বিজ্ঞান (Assamese) [ Roman: big.gyan]
1. (Abstract Noun) The effort to discover and increase human understanding of how reality works. Its purview is the portion of reality which is independent of religious, political, cultural, or philosophical outlook. বাস্তৱ বা প্ৰকৃতিয়ে কেনেদৰে কাৰ্য্য কৰে তাক আৱষ্কাৰ কৰা আৰু মানুহৰ জ্ঞান বৃদ্ধি কৰা ৷ বাস্তৱৰ সেই অংশক ই সামৰি লয়, যি ধৰ্মীয়, ৰাজনৈতিক, সাংস্কৃতিক বা দাৰ্শনিক দৃষ্টিভঙ্গীৰ পৰা মুক্ত ৷
English:
Assamese:
Bodo:
Mising:
Khasi:
Kok-Borok:
Nagamese:
Dimasa:
Different POS:
a. Common Noun-Common: scientistবিজ্ঞানবিদ্বিজ্ঞানবেত্তাবিজ্ঞানীবৈজ্ঞানিক...b. Proper Adj.-Common: scientificবিজ্ঞানভিত্তিকবিজ্ঞানসন্মতবিজ্ঞানসুলভবৈজ্ঞানিক...
c. Adverb: scientificallyবিজ্ঞানসন্মতভাৱে...