অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (7) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (20) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs beginning with "ঊ"
Idiom ফকৰা-যোঁজনাঊণ সূতাৰ মেৰপাক ভঙা ৷
To knowingly create a problem by oneself and then struggle to find the solution.ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
ঊনৈশ বিশ হ ৷
Slight variations in calculations, assessments etc.হিচাপ বা অনুমান আদি কৰোতে সামান্য ইফাল-সিফাল হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Phrase খণ্ডবাক্য
ঊনৈশত বা বলাই ফুৰা
To be in great excitementঅতিপাত উত্ৰাৱল হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09