অণন্ধসূত্ৰঅণুকবিতা
অণু (Assamese) [ Roman: o.nu Origin: সং. (হেম১৩)]
English: miniature, minute, subtle,
Assamese: অণু, ক্ষুদ্ৰাতিক্ষুদ্ৰ, ক্ষুদ্ৰায়তন, খুদীয়া, জান-নেজান, নাওমান, সূক্ষ্ম,
Bodo: मिनिट,
Khasi: barit eh,
Nepali: अति सानो,
Deori: নিজিচিৰাবা
অণু (Assamese) [ Roman: o.nu Origin: সং. (হেম১৩)]
1. (Proper Adj.) Infinitely or immeasurably small. অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷
Assamese: অণু, ক্ষুদ্ৰাতিক্ষুদ্ৰ, ক্ষুদ্ৰায়তন, খুদীয়া, জান-নেজান, নাওমান, সূক্ষ্ম,
Bodo: मिनिट,
Khasi: barit eh,
Nepali: अति सानो,
Deori: নিজিচিৰাবা
2. Modern Physics(Material Noun-Neuter) The smallest unit of a substance that can exist alone and retain the character of that substance নিজ ধৰ্ম বা গুণ অটুত ৰাখি স্বতন্ত্ৰভাৱে বৰ্ত্তি থাকিব পৰা পদাৰ্থৰ ক্ষুদ্ৰতম কণা