সিৰাবিন্যাসসিৰামুৰিয়ে ধৰা

সিৰামুৰি (Assamese) [ Roman: xi.ra.mu.ri]
alt: সিৰামূৰি
1. (Abstract Noun) a sudden painful muscular cramp in the neck or back ডিঙিৰ বা পিঠিৰ মাংসপেশীত হঠাতে হোৱা সংকোচন৷ আক্ৰান্ত ব্যক্তিয়ে সেই ঠাইত বিষ অনুভৱ কৰে৷