Xobdo needs 25 Assamese words from you today to reach the goal of 20,000 words in 2008. So far 34 words added today.

User ID
Password
Become Member
Forgot Your Password?
Info
You are visitor no.
025847
since 15-Nov-2007

 



Current Discussion:

On চালগোম = Beet. Is চালগোম = Turnip ? Is Beet = Turnip ? member Anjal Borah (অঞ্জল বৰা) says: হেমকোষ 12th- চাল গোম- গুৰিত আলু বঢ়া এবিধ বিদেশী পাচলি, the turnip বিট্‌, বিট্‌ পালেং- পালেং শাকৰ নিচিনা, কিন্তু মূল আৰু পাত ৰঙা এবিধ পাচলি, beet, Beet vulgaris




Participate in the discussions and help your language!


Random Xobdo Entry


Baya Weaver burmanicus
টোকোৰা চৰাই

ঘৰচিৰিকাৰ দৰে দেখাত এবিধ বনৰীয়া চৰাই যিয়ে ঘাঁহ আৰু বোকাৰে চুঙা আকৃতিৰ বাহ সাজে| খেৰৰ দীঘল টুকুৰা, ঘাঁহৰ ২০ৰ পৰা ৬০ চে.মি. দীঘল টুকুৰাৰে সজা দেখনিয়াৰ বাহবোৰ সাজোতে টোকোৰা চৰায়ে প্ৰায় ৫০০বাৰ এই সামগ্ৰীবোৰ অনা-নিয়া কৰিবলগা হয়| টোকোৰা চৰাইৰ ঠোঁটবোৰ বেছ শক্তিশালী যাৰে তাহাঁতে বাহ সজা সামগ্ৰীবোৰ ফালি আনি গুঁঠিব পাৰে| সাধাৰণতে অসম, বঙ্গ, উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ বনভূমিসমূহত ইহঁতক পোৱা যায়|  ... শেষাংশ


Xobdo Image

random image

What is this?

Word Counts
Active Projects
English: 10470
Assamese: 16701


New Projects
Karbi :512
Khasi :370
Bodo :301
Dimasa :260
Nagamese :138
Garo :115
Mising :103
Ao :68
Mizo (Lushai) :68
Tai :20
Apatani :19
Monpa :18
Meitei-lon :2
Bishnupriya :0
Chakma :0
Hmar :0
Kok-Borok :0

Last 10 Assamese words
- জীৱনজোৰা
- ঋণপত্ৰ
- ক্ৰেডিত কাৰ্ড
- গা মুৰি
- এঙামুৰি
- এজেণ্ট
- অভিকৰ্তা
- চেকনী
- উপশমযোগ্য
- উপপ্ৰতি সমাহৰ্তা