চুঙা চাউল (Assamese) [ Roman: su.nga sa.ul]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2008-04-14
    1. (Material Noun-Neuter) তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ আহাৰ৷ জুইত সেকি লেৰেলাইলোৱা কলপাতেৰে চুঙাটোত সোপা দি লোৱা হয়৷ চুঙাটোৰ ভিতৰৰ চাউলখিনি ভাপত সিজি খোৱাৰ উপযোগী হয়৷