অংশগ্ৰহণকাৰী (Assamese) [ Roman: ong.xo.gro.hon.ka.ri]
    plc: -সকল, dfc: -গৰাকী, -জন
    Contributed by: Bikram M Baruah on 2013-08-31
    1. (Common Noun-Common) a person participating in a meeting কোনো সভাত উপস্থিত থকা আৰু আলোচনাত ভাগ লোৱা ব্যক্তি৷
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-27
    2. (Common Noun-Common) a person participating in a discussion or a program কোনো আলোচনা বা অনুষ্ঠানত অংশ গ্ৰহণ কৰা ব্যক্তি

    Example Sentences:

    1. কালিৰ অনুষ্ঠানটোত অংশগ্ৰহণকাৰীৰ সংখ্য়া বহুত বেছি আছিল।

    Related Idea:

    a. Material Noun-Neuter: yarn swiftচেৰেকী...