অকহি-পুৰুষ (Assamese) [ Roman: o.ko.hi-pu.rux]
    Contributed by: ৰূপকমল on 2007-11-05
    1. (Common Noun-Common &/or Masculine) Person, animal or plant from which another has descended or evolved. ব্যক্তি, প্ৰাণী বা উদ্ভিদ, যাৰ পৰা আন এক ব্যক্তি, প্ৰাণী বা উদ্ভিদৰ জন্ম বা সৃষ্টি হৈছে।