অটবী (Assamese) [ Roman: o.to.bi]
    Contributed by: Biraj Kumar Kakati on 2008-03-29
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. Geology(Abstract Noun) area with wild vegetations. বনৰীয়া গছ-গছনিৰে ভৰি থকা এলেকা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Common Noun-Neuter) A perennial woody plant having a main trunk and usually a distinct crown. এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।