gas (English) [ IPA: ˈgæs ASM: গেচ]
Contributed by: Kulendra Daulagupu on 2009-09-14
1. Chemistry(Material Noun-Neuter) any air like substance i.e. neither liquid nor solid. বতাহৰ দৰে আকাৰ নথকা আৰু খোলা পাত্ৰত আবদ্ধ কৰি ৰাখিব নোৱাৰা পদাৰ্থ৷
Contributed by: Biraj Kumar Kakati on 2010-10-02
2. (Verb-Trans.) Talk with excessive pride and self-satisfaction about one's achievements, possessions, or abilities. নিজে পোৱা পুৰস্কাৰ, নিজৰ সম্পত্তি বা সামৰ্থ আদিৰ বিষয়ে অতিৰঞ্জিতকৈ কোৱা ৷
Khasi:
Deori:
gas (Nagamese)
Contributed by: Mousumi Konwar on 2023-05-12
3. (Common Noun-Neuter) A perennial woody plant having a main trunk and usually a distinct crown. এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।