অধিৱাস (Assamese) [ Roman: o.dhi.bax]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
    1. (Material Noun-Neuter) a building constructed from adobe clay or bricks. মানুহে বাস কৰা মাটি বা ইটাৰে সঁজা ঘৰ।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
    2. Hinduism(Abstract Noun) Hindu ritual. Day before a religious occation. অধিবাস হৈছে কোনো পৱিত্ৰ বৈদিক অনুষ্ঠানৰ আগৰ দিন৷ এইদিনা কৰ্তা আৰু সংশ্লিষ্ট ব্যক্তিসকলে নীতি-নিয়মৰ পালনেৰে অতিবাহিত কৰিব লাগে৷