বাসpfx sfx (Assamese) [ Roman: bax]
    Contributed by: Bikram M Baruah on 2010-06-07
    1. (Material Noun-Neuter) a building constructed from adobe clay or bricks. মানুহে বাস কৰা মাটি বা ইটাৰে সঁজা ঘৰ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-25
    2. (Verbal Noun) the act of living or dwelling in a place কোনো ঠাইত ঘৰ পাতি থাকিবলৈ লোৱা কাৰ্য্য

    বাস (Bangla)
    3. (Material Noun-Neuter) A large road vehicle that carries passengers, usually on a fixed route. It stops at particular places to let the passengers get on and off. যাত্ৰী কঢ়িওৱা আৰু পথত চলাচল কৰা ডাঙৰ দীঘল যান্ত্ৰিক বাহন৷ সাধাৰণতে ই নিৰ্দিষ্ট পথত চলাচল কৰে আৰু নিৰ্দিষ্ট ঠাইত ৰয় যাতে যাত্ৰীসকলে উঠা নমা কৰিব পাৰে৷

    Description
    English:
    Assamese:
    Bodo:
    Nagamese:
    Bangla:
    Deori:
    Santali:
    TAI-Khamti: