আম (Assamese) [ Roman: am Origin: সং. (হেম১৩)]
co.adj: কেঁচা~, টেঙা~, ডাঙৰ~, পকা~, পুকীয়া~, বেয়া~, ভাল~, মিঠা~, সৰু~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খিনি, -চকল, -টো
1. Fruits(Common Noun) A large evergreen tropical tree cultivated for its large oval fruit. The fruit has smooth skin, juicy aromatic pulp, and a large hairy seed. A large evergreen tropical tree cultivated for its large oval fruit. The fruit has smooth skin, juicy aromatic pulp, and a large hairy seed. ডাঙৰ ডিম্বাকাৰ ফলৰ বাবে খেতি কৰা গ্ৰীষ্মপ্ৰধান অঞ্চলৰ চিৰসেউজ এবিধ গছ ৷ ফলবোৰৰ নিমজ বাকলি, ৰসাল সুগন্ধী শিঠা আৰু ডাঙৰ আঁহযুক্ত গুটি থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-17
2. Biology(Material Noun-Neuter) Slimy substance secreted by mucous membrane in the body. শৰীৰৰ বিভিন্ন গহ্বৰ, যেনেঃ মুখ-গহ্বৰ আদিৰ পাতল আৱৰণৰ পৰা নিৰ্গত বিজলুৱা পদাৰ্থ।
আম (Bangla)
Contributed by: Sushanta Kar on 2010-02-01
3. Fruits(Common Noun) A large evergreen tropical tree cultivated for its large oval fruit. The fruit has smooth skin, juicy aromatic pulp, and a large hairy seed. A large evergreen tropical tree cultivated for its large oval fruit. The fruit has smooth skin, juicy aromatic pulp, and a large hairy seed. ডাঙৰ ডিম্বাকাৰ ফলৰ বাবে খেতি কৰা গ্ৰীষ্মপ্ৰধান অঞ্চলৰ চিৰসেউজ এবিধ গছ ৷ ফলবোৰৰ নিমজ বাকলি, ৰসাল সুগন্ধী শিঠা আৰু ডাঙৰ আঁহযুক্ত গুটি থাকে ৷