(Assamese) [ Roman: o'u]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-09-23
    1. Vegetables(Common Noun) an evergreen shrub or tree found in Asia that bears a fruit with multiple layers of skin with an edible, sour pulp inside এচিয়া মহাদেশত বিশেষকৈ পোৱা এক চিৰসেউজ উদ্ভিদ৷ তৰপে তৰপে বাকলি থকা এবিধ টেঙা ফল ধৰে৷
    Contributed by: Partha P Sarmah on 2007-09-23
    2. (Abstract Noun) a heavy strok of the fist on the back of a human being. পিঠিত জোৰকৈ মৰা ভুকু, কিল,ঢকা বা মাৰ৷ (সাধাৰণতে সৰু লৰা ছোৱালীক ভয় খুৱাবলৈ কিন্তু অলপ ধেমেলীয়া সুৰত কোনো কোনোৱে ব্যৱহাৰ কৰে৷ যেনে: কথা নুশুনিলে আজি পিঠিত ঔ পৰিব দেই!)
    English:
    Assamese: