blouseblow away

blow (English) [ IPA: ˈbloʊ ASM: ব্ল’]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
1. (Verb-Trans.) to send forth a current of air or other gas. মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
English: blow,
Assamese: ফু কৰ্, ফু দে, ফু মাৰ্, ফুঁই মাৰ, ফুঁক, ফুঙ্ক্, ফুলা, ফুৱা,
Mising: mutnam,
Garo: spho,
Meeteilon: muthatpaa,
Mizo (Lushai): chhem,
Karbi: but, kivut,
Dimasa: bar su,
Deori: বেঁ, মু-চি,
TAI-Turung: subong,
Singpho: gawut ai

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
2. (Verbal Noun) A forceful impact with the fist on the face. হাতৰ মুঠিৰে গালত মৰা খুন্দা বা আঘাত৷
English: blow, fist, punch,
Assamese: ঘোচা, ঠঙনা, বজ্ৰমুষ্টি, ভুকু, মুকুটি, মুঠি, মুষ্টি,
Bodo: सौवनाय,
Mising: lagbing,
Garo: jaktoma,
Bishnupriya Manipuri: ভুকুর,
Mizo (Lushai): kuttum,
Karbi: teng,
Nagamese: muth, muthi,
Dimasa: yaomejem, yaosum,
Apatani: lapu,
TAI-Ahom: ছঙ্ হাৱ,
Deori: অতুন কুপি, মুতি,
TAI-Khamti: wan

Contributed by: Partha P Sarmah on 2006-05-15
3. (Abstract Noun) a heavy strok of the fist on the back of a human being. পিঠিত জোৰকৈ মৰা ভুকু, কিল,ঢকা বা মাৰ৷ (সাধাৰণতে সৰু লৰা ছোৱালীক ভয় খুৱাবলৈ কিন্তু অলপ ধেমেলীয়া সুৰত কোনো কোনোৱে ব্যৱহাৰ কৰে৷ যেনে: কথা নুশুনিলে আজি পিঠিত ঔ পৰিব দেই!)
English: blow,
Assamese:

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
4. (Verb-Trans.) to be in motion (in case of air or wind) চলা বা লৰচৰ কৰা (বায়ু বা বতাহৰ ক্ষেত্ৰত)
English: blow,
Assamese: বল্,
Tutsa: phukmot

Contributed by: Biraj Kumar Kakati on 2010-10-02
5. (Verb-Trans.) Talk with excessive pride and self-satisfaction about one's achievements, possessions, or abilities. নিজে পোৱা পুৰস্কাৰ, নিজৰ সম্পত্তি বা সামৰ্থ আদিৰ বিষয়ে অতিৰঞ্জিতকৈ কোৱা ৷