কণমানি (Assamese) [ Roman: kon.ma.ni]
    plc: -বিলাক, -বোৰ, -সকল, dfc: -জন, -জনী, -টো
    Contributed by: Bikram M Baruah on 2009-12-23
    1. (Proper Adj.-Common) Being below the average in size or magnitude. আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
    Contributed by: Partha P Sarmah on 2012-04-18
    2. (Common Noun-Common) a form of adrress for a baby or a very small child. কেছুৱা বা তাতোকৈ অলপ ডাঙৰ সৰু ল’ৰা-ছোৱালীক বুজাবলৈ ব্যৱহাৰ হোৱা শব্দ বিশেষ৷ যেনেঃ এই কণমানিটোক/জনীক আজি ইমান ধুনীয়া লাগিছে৷
    Contributed by: Partha P Sarmah on 2012-04-18
    3. (Common Noun-Common) a form of adrress for a baby or a very small child. কেছুৱা বা তাতোকৈ অলপ ডাঙৰ সৰু ল’ৰা-ছোৱালীক বুজাবলৈ ব্যৱহাৰ হোৱা শব্দ বিশেষ৷ যেনেঃ এই কণমানিটোক/জনীক আজি ইমান ধুনীয়া লাগিছে৷
    Contributed by: Partha P Sarmah on 2012-04-18
    4. (Common Noun-Common) a form of adrress for a baby or a very small child. কেছুৱা বা তাতোকৈ অলপ ডাঙৰ সৰু ল’ৰা-ছোৱালীক বুজাবলৈ ব্যৱহাৰ হোৱা শব্দ বিশেষ৷ যেনেঃ এই কণমানিটোক/জনীক আজি ইমান ধুনীয়া লাগিছে৷