te (Meeteilon) [ IPA: te]
    Contributed by: Priti Mitra on 2024-11-14
    1. (Adverb) a negative word used to express dissent, denial, or refusal, as in response to a question or request. কোনো প্ৰশ্ন বা অনুৰোধৰ সঁহাৰি হিচাপে অসন্মতি, প্ৰত্যাখ্যান বা অস্বীকাৰ কৰা বুজাবলৈ ব্যৱহাৰ কৰা এক নেতিবাচক শব্দ।

    te (Mizo (Lushai))
    Contributed by: Ven. Pragya Jyoti on 2009-04-27
    2. (Proper Adj.-Common) Being below the average in size or magnitude. আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম