কাঠ মিস্ত্ৰী (Assamese) [ Roman: kath mis.tri]
    plc: -বিলাক, -বোৰ, -সকল, dfc: -জন, -টো
    Contributed by: Swapnita Kakati on 2006-10-23
    1. (Common Noun-Common &/or Masculine) A woodworker who makes or repairs wooden objects. কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |