ক্ষিতিৰুহ (Assamese) [ Roman: khyi.ti.ruh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Common Noun-Neuter) A perennial woody plant having a main trunk and usually a distinct crown. এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।