গল্‌ (Assamese) [ Roman: gol]
    Contributed by: Bikram M Baruah on 2006-09-06
    1. Anatomy(Material Noun-Neuter) The part of the neck that generates sound. ডিঙিৰ যি অংশৰ দ্বাৰা শব্দ উচ্চাৰিত হয়
    Contributed by: Rituraj Saikia on 2006-09-06
    2. (Verb-Intran.) to reduce to liquid from solid state usually by heating কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত