jit (Mising) [ Roman: jit]
    Contributed by: Himasri Das on 2023-01-05
    1. (Verb-Intran.) to reduce to liquid from solid state usually by heating কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত

    jit (TAI-Turung) [ IPA: zit]
    Contributed by: Rajshree Shyam on 2024-11-26
    2. (Material Noun-Neuter) Waste fluid secreted by the kidneys and discharged from the bladder বৃক্কৰ দ্বাৰা ক্ষৰিত আৰু মূত্ৰস্থলীৰ পৰা নিৰ্গত বৰ্জনীয় জুলীয়া বস্তু

    jit (Singpho) [ IPA: zit]
    Contributed by: Sabin Saikia on 2024-11-30
    3. (Material Noun-Neuter) Waste fluid secreted by the kidneys and discharged from the bladder বৃক্কৰ দ্বাৰা ক্ষৰিত আৰু মূত্ৰস্থলীৰ পৰা নিৰ্গত বৰ্জনীয় জুলীয়া বস্তু