গান (Assamese) [ Roman: gan]
    co.adj: ধুনীয়া~, ভাল~, plc: -বিলাক, -সমূহ, dfc: -টো
    1. (Abstract Noun) a short musical composition with words. শব্দেৰে কৰা সঙ্গীতৰ এক চুটি পৰিৱেশনা।

    গান (Deori) [ Roman: gan]
    Contributed by: Barnali Deuri Bora on 2010-07-23
    2. Plants(Common Noun-Neuter) narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়