চমুৱা (Assamese) [ Roman: so.mu.wa]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-05-19
1. (Verb-Trans.) to change something to a smaller size কোনো বস্তুৰ আকাৰ সৰু কৰা কাৰ্য্য
Assamese:
Khasi:
Contributed by: Anjali Sonowal on 2009-02-17
2. (Proper Noun-Common) A class of men below the rank of officers but above the rank of Paiks, under the Ahom regime. Now it is a surname of Assam আহোম ৰজাৰ দিনত পাইকৰ ওপৰ কিন্তু বিষয়াৰ তল খাপৰ এক শ্ৰেণীৰ প্ৰজা । অসমৰ এটা উপাধি বিশেষ ।